জামুগুৰিহাটঃ নিশাৰ ভাগত অহা বিধ্বংসী ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰিলে জামুগুৰিহাটৰ নিকটৱৰ্ত্তী অসম-অৰুণাচল সীমান্তৰ চিজুচাত অৱস্থিত বৰডিকৰাই জলসিঞ্চন প্ৰকল্পৰ। ধুমুহাই জলসিঞ্চন প্ৰকল্পৰ কাৰ্য্যালয়ৰ গৃহৰ টিংপাত উৰুৱাই নিয়াৰ লগতে পকীঘৰৰ বেৰ পৰ্যন্ত ভাঙি বিস্তৰ ক্ষতি সাধন কৰে। লগতে পঢ়কঃগুৰুতৰভাৱে অসুস্থ সাংবাদিক ৰাজু বৰুৱা ইয়াৰোপৰি কাৰ্য্যালয়ৰ লগতে থকা পাকঘৰৰো টিংপাত ধুমুহাই উৰুৱাই নি বহু দূৰত পেলাই দিয়ে। […]