Posted inঅসম

ফে’চবুকত ‘বিদ্ৰোহী’ কবিতা লিখি গ্ৰেপ্তাৰ হ’ল টীয়কৰ মেধাৱী ছাত্ৰী

টীয়ক, স্মৃতি প্ৰিয়া লাহন: সামাজিক মাধ্যম ফে’চবুকত বিদ্ৰোহী কবিতা লিখি টীয়কৰ এগৰাকী যুৱতী গ্ৰেপ্তাৰ হ’বলগীয়া ঘটনাই প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বেআইনী কাম-কাজত জড়িত থকাৰ অভিযোগত গোলাঘাট আৰক্ষীয়ে বৰ্ষাশ্ৰী বুঢ়াগোহাঁই নামৰ টীয়কৰ এজাৰগুৰিৰ দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰী গৰাকীক গ্ৰেপ্তাৰ কৰে। বৰ্ষাশ্ৰী বুঢ়াগোহাঁই যোৰহাটৰ ডি চি বি মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ স্নাতক দ্বিতীয় ষাণ্মাষিকৰ ছাত্ৰী। জানিব পৰা মতে, মেধাৱী ছাত্ৰী […]