Posted inঅসম

চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ

নিউজ ডেস্কঃ অৰুণাচলপ্ৰদেশৰ পাছিঘাটত অঘটন। চিয়াং নদীত গা ধুবলৈ গৈ সন্ধানহীন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দুজন ছাত্ৰ। এনডিআৰএফবিৰ দলে উদ্ধাৰ অভিযান চলাই আছে যদিও বৰ্তমানলৈকে ছাত্ৰ দুজনৰ কোনো সন্ধান লাভ কৰা নাই। জানিব পৰা মতে, দেওবাৰে চিয়াং নদীত স্নান কৰিবলৈ গৈছিল ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পাঁচজন ছাত্ৰ। ছাত্ৰ কেইজনৰ তিনিজন কোনোমতে পাৰলৈ আহিবলৈ সক্ষম হয় আৰু দুজন নদীত সন্ধানহীন […]