Posted inঅসম

ছাত্ৰ ৰাজনীতি আৰু বিশ্ববিদ্যালয়; জীৱনৰ মানসপতত ক’লা অধ্যায় হিচাপে ৰৈ যোৱা এক বৰ্ণিল যাত্ৰাৰ কাহিনী

ৰাজনীতি মানৱ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ। জীৱন সংগ্ৰামৰ ই এক অত্যাৱশ্যকীয় পথ। যিয়ে মানুহক জীৱন গঢ়াৰ বাবে এক সুস্থিৰ পৰিৱেশ ৰচনা কৰাত সক্ৰিয় ভূমিকা পালন কৰে। সেয়েহে মানুহ সামাজিক হোৱাৰ লগতে ৰাজনৈতিকভাৱে প্ৰতিটো ক্ষেত্ৰত সংলগ্ন হৈ থাকে। ৰাজনৈতিক নেতা বা ৰাজনীতিবিদসকল তথা এক কথাত ক’বলৈ গ’লে বৃহৎ জনসাধাৰণে আইনসমূহ প্ৰণয়ন কৰাত সহায় কৰে, যাৰ জৰিয়তে […]