প্ৰতিবাদ কৰি থকাৰ মাজতে এজন আৰক্ষীয়ে প্ৰতিবাদী শিক্ষাৰ্থীসকলক (a+b)2 ৰ্ফমুলা সুধাত ছাত্ৰ-ছাত্ৰীসকল ক্ষুদ্ধ হৈ পৰে। ফৰ্মুলাটোৰ ভূল উত্তৰ দিয়াত আৰক্ষীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীসকলক পঢ়াত শূন্য আৰু ইয়াত প্ৰতিবাদ কৰিব আহিছ বুলি বেয়াকৈ গালিগালাজ কৰে। আনহাতে, প্ৰশ্ন উত্তৰ দিব নোৱাৰাত আৰক্ষী বিষয়াজনে ছাত্ৰ-ছাত্ৰীসকলক জ্ঞান থকা মানুহে প্ৰতিবাদ নকৰে বুলি ধমক লগাই। আৰু শিক্ষাৰ্থীসকলে পঢ়াত গুৰুত্ত্ব দি আগন্তুক আহিবলগীয়া […]