Posted inদেশ-বিদেশ

গুলীচালনাত তিনি শিক্ষাৰ্থী নিহত আমেৰিকাৰ এখন বিদ্যালয়ত

নিউজ ডেস্কঃ আমেৰিকাৰ এখন খ্ৰীষ্টান বিদ্যালয়ত সোমবাৰে এক গুলীচালনা ঘটনা সংঘটিত হয়। আমেৰিকাৰ টেনেচীৰ নেচভিলৰ স্থিত বিদ্যালয়খনত হোৱা গুলীচালনা ফলত ৬ জন লোকৰ মৃত্যু হয়। মৃত্যু হোৱা সকলৰ ভিতৰত বিদ্যালয়খনৰ তিনিজন শিক্ষাৰ্থীও আছিল। গুলীচালনাৰ ফলত আটাইকেইজন গুলীৰ দ্বাৰা গুৰুতৰভাৱে আহত ততাতৈয়াকৈ মনৰো কেৰেল জুনিয়ৰ চিল্ড্ৰেনছ হস্পিটেললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। […]