Posted inঅসম

সোৱণশিৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ : ১৮০ কিঃমিঃ ভূৰ অভিযানৰ বাবে সাজু চাৰি বন্ধু

গুৱাহাটী : নদী পৰ্য্যটনৰ প্ৰতি আকৰ্ষণ সৃষ্টিৰ উদ্দেশ্যে অসমৰ চাৰি গৰাকী যুৱকে চলাব এক দুঃসাহসিক অভিযান। বাঁহৰ ভূৰত নামনি সোৱণশিৰিৰ পৰা ব্ৰহ্মপুত্ৰলৈ ১৮০ কিঃমিঃ যাত্ৰা কৰিব যুৱক কেইজনে। অহা ১৪ নৱেম্বৰত যাত্ৰা আৰম্ভ কৰিবলগীয়া যুৱকৰ দলটোৰ সদস্য কেইগৰাকী হৈছে শ্বেখৰ বৰদলৈ, ৰিশ্বন দ’লে, আশুতোষ কাশ্যপ আৰু নিলিম মহন্ত। ৮ দিনীয়া এই নৌকা যাত্ৰাত তেওঁলোকে পেকেজড […]