Posted inক্ৰীড়া

টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত অসমৰ শুভদ্বীপ

টীম ইণ্ডিয়াৰ ছিনিয়ৰ মহিলা ক্ৰিকেট দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্ব লাভ কৰিছে এগৰাকী অসম সন্তানে।অসমৰ প্ৰাক্তন ৰঞ্জী ট্ৰফী ক্ৰিকেটাৰ তথা বৰ্তমানৰ আই পি এলৰ দিল্লী কেপিটেল দলৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত থকা শুভদ্বীপ ঘোষক এই দায়িত্ব দিয়া হৈছে।২৯ ছেপ্টেম্বৰৰ পৰা ১৩ অক্টোবৰলৈ অষ্ট্ৰেলিয়া ভ্ৰমণলৈ যাবলগীয়া টীম ইণ্ডিয়াৰ মহিলা দলটোৰ ফিল্ডিং প্ৰশিক্ষকৰ দায়িত্বত থাকিব শুভদ্বীপ।ইয়াৰ পূৰ্বে ২০১৩ চনত […]