নিউজ ডেস্ক : ভিমা কোৰেগাঁও গোচৰত তিনি বছৰতকৈ অধিক কাল কাৰাগাৰত থকাৰ অন্তত মুক্তি লাভ কৰিলে অধিবক্তা তথা বিশিষ্ট সমাজ কৰ্মী সুধা ভৰদ্বাজে। বুধবাৰে নিয়া আদালতে জামিন মঞ্জুৰ কৰাৰ পিছত আজি পুৱা মুম্বাইৰ বাইকুল্লা মহিলা কাৰাগাৰৰ পৰা ভৰদ্বাজে মুকলি আকাশৰ তললৈ উলাই আহে। উল্লেখযোগ্য যে ২০১৭ চনৰ ৩১ ডিচেম্বৰত অনুষ্ঠিত এলগাৰ পৰিষদৰ সভাত উচটনিমূলক বক্তব্য […]