Posted inঅসম

শিশুৰ কলৰৱে মুখৰিত শুক্লাইৰ “জহলাওফুৰী উদ্যান”

গোৰেশ্বৰঃ এখন পাৰ্কৰ সৌন্দৰ্য্যই মোহিত কৰিছে ৰাইজক। আংশিক লকডাউনৰ সময়ত গৃহবন্দী শিশুৰ কলৰৱৰে মুখৰিত শুক্লাইৰ “জহলাওফুৰী উদ্যান”। শিশুক মোবাইলৰ গ্ৰাসৰ পৰা আতৰাই আনিবলৈ সহায়ক হৈছে শুক্লাই পাৰ্ক। বাক্সা জিলাৰ গোৰেশ্বৰ ৰাজহ চক্ৰৰ অন্তৰ্গত বিটিআৰৰ ২৯ নং শুক্লাই চেৰফাং সমষ্টিৰ শুক্লাই নৈৰ পাৰত অৱস্থিত “জহলাওফুৰী পাৰ্ক”। আংশিক লকডাউনত অৱসৰ বিনোদন কটাবলৈ এই কেইদিন ভিৰ কৰিছে শিশু […]