Posted inঅসম

চুমিলা ৰংহাংপীৰ হত্যাকাণ্ডৰ ৰাজহুৱা শুনানি আজি ৰহাত ৰাজহুৱা শুনানি

নগাঁও: ২২ এপ্ৰিলত ৰহস্যজনকভাৱে ৰহাৰ প্ৰকাশ বৰঠাকুৰৰ ঘৰৰ পৰা উদ্ধাৰ হৈছিল চুমিলা ৰংহাংপী নামৰ বনকৰা কিশোৰীগৰাকীৰ মৃতদেহ ৷ ৰহাৰ খাইগড়ৰ প্ৰকাশ চন্দ্ৰ বৰঠাকুৰ নামৰ লোকজনৰ ঘৰত বিগত ৫ বছৰ ধৰি বনকৰা ছোৱালী হিচাপে আছিল পশ্চিম কাৰ্বি আংলঙৰ ভকচঙৰ ১২ বছৰীয়া কিশোৰীগৰাকী । লোকজনৰ বাসগৃহৰ পিছফালে অগ্নিদগ্ধ অৱস্থাত উদ্ধাৰ হৈছিল কিশোৰীগৰাকীৰ মৃতদেহ ৷ আজি পুৱা দহ […]