Posted inঅসম

মৰিগাৱত কিশোৰীৰ ৰহস্যজনক আত্মহনন

মৰিগাঁও জিলা ভুৰাগাঁৱত বালিডুংগা কিশোৰী ধৰ্ষণ কৰি হত্যা কৰাৰ ঘটনাৰ চাঞ্চল্য মাৰ নৌযাঁওতেই জিলাখনত সংঘটিত হৈছে আন এক ঘটনা৷ জিলাখনৰ মিকিৰভেটা আৰক্ষী থানাৰ অন্তৰ্গত দক্ষিণ কালিকাজাড়ীত সংঘটিত হৈছে আন এগৰাকী কিশোৰীৰ ৰহস্যজনক আত্মহত্যাৰ ঘটনা৷ ডিঙিত ৰচি লগাই কোঠাৰ ভিতৰত ওলমি থকা অৱস্থাত উদ্ধাৰ হৈছে ৮-৯ বছৰীয়া এগৰাকী কিশোৰী৷ কিশোৰীগৰাকীৰ পিতৃ কৰ্মসূত্ৰে বহিঃৰাজ্যত থাকে আৰু মাতৃৰ […]