সোণাৰিঃ চৰাইদেউ জিলাৰ অসম-নগালেণ্ড সীমান্তৰ টিঙালীবাম চাহ বাগিচাত সংঘটিত এক হত্যাকাণ্ডই এতিয়া সমগ্ৰ জিলাতে জোঁকাৰণি সৃষ্টি কৰিছে। বিগত ২৩ আগষ্টৰ সন্ধিয়া টিঙালিবাম চাহ বাগিচাৰ ১৩ নম্বৰ লাইনৰ বাসিন্দা মংলু তাঁতী আৰু তিলেশ্বৰী তাঁতীৰ কন্যা আলিয়া তাঁতীৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হোৱাৰ পাছত সৃষ্টি হৈছে সমগ্ৰ চৰাইদেউ জিলাত তীব্ৰ চাঞ্চল্য সৃষ্টি হৈছে। মৃতদেহটোৰ ডিঙিত চোকা অস্ত্ৰৰ আঘাতলৈ […]