Posted inNews

নতুন সংসদ ভৱন উদ্বোধনক লৈ উচ্চতম ন্যায়লয়ত প্ৰতিবেদন দাখিল

নিউজ ডেস্ক- কালি নতুন সাংসদ ভৱন ৰাষ্ট্ৰপতি দ্ৰোপদী মুৰ্মৱে উদ্বোধন কৰিব লাগে বুলি লোক সভা সচিবালয়ক নিৰ্দেশ দিবলৈ উচ্চতম ন্যায়লয়ত অধিবক্তা জয়া সুকিনে এখন আৱেদন দাখিল কৰে। উল্লেখ্য যে, অধিবক্তা জয়া সুকিনে দাখিল কৰা আবেদনখনত কোৱা হয় নতুন সংসদ ভৱন উদ্বোধন সন্দৰ্ভত লোক সভা সচিবালয়ে ১৮ মে’ত জাৰি কৰা অধিসূচনা আৰু লোক সভাৰ সচিব প্রধানে […]