Posted inদেশ-বিদেশ

সকলো মহিলাৰে নিৰাপদ আৰু বৈধ গৰ্ভপাতৰ অধিকাৰ আছে: উচ্চতম ন্যায়ালয়

নিউজ ডেস্ক: দেশৰ উচ্চতম ন্যায়ালয়ে আজি গৰ্ভপাত সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ ৰায় প্ৰদান কৰে। ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়, ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু ন্যায়াধীশ এ বোপান্নাৰ বিচাৰপীঠে উক্ত ৰায় যোগে দেশৰ সকলো মহিলাৰে গৰ্ভপাতৰ অধিকাৰ আছে বুলি কয়। মেডিকেল টাৰ্মিনেচন অৱ প্ৰেগনেন্সি, চমুকৈ MTP আইনৰ অধীনত বিবাহিত, অবিবাহিত সকলো মহিলাৰ গৰ্ভধাৰণৰ ২৪ সপ্তাহৰ ভিতৰত নিৰাপদ আৰু […]