Posted inদেশ-বিদেশ

জনপ্ৰিয় ধাৰাবাহিক ”বালিকা বধু”ৰ সকলোৰে পৰিচিত ”দাদি ছা ” আৰু নাই

নিউজ ডেস্কঃ বলীউদ অভিনেত্ৰী তথা সৰু পৰ্দাৰ জনপ্ৰিয় ধাৰাবাহিক ”বালিকা বধু”ৰ ”দাদি ছা ” কল্যাণী দেৱীৰ চৰিত্ৰত অভিনয় কৰা সুৰেখা ছিক্ৰিৰ দেহাৱসান। শুকুৰবাৰে পুৱা হৃদক্ৰিয়া বন্ধ হৈ মৃত্যু হয় অভিনেত্ৰীগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল ৭৫বছৰ। অভিনেত্ৰীগৰাকীৰ দুবাৰকৈ ব্ৰেইন ষ্ট্ৰোক হৈছিল। ২০১৮ চনত এবাৰ আৰু ২০২০ চনৰ ছেপ্টেম্বৰত দ্বিতীয়বাৰ ব্ৰেইন ষ্ট্ৰোক হৈছিল। হস্পিতালত কিছুদিন ৰখাৰ […]