অলিম্পিক পদক বিজয়ী মল্লযুজাৰু সুশীল কুমাৰক দিল্লী আৰক্ষীয়ে হত্যাৰ অভিযোগত বিচাৰি অবশেহত পঞ্জাবৰ পৰা গ্ৰেপ্তাৰ কৰিছে | সুশীলৰ সম্ভেদ দিব পৰা জনক ১ লাখ টকাৰ পুৰষ্কাৰ দিয়াৰ কথাও ঘোষণা কৰিছিল | উল্লেখ্য যে যোৱা ছত্ৰচাল ষ্টেডিয়ামত যোৱা ৫ মেত মল্লযুজাৰু সকলৰ মাজত হোৱা কাজিয়াৰ সময়ত গুলীচালনা ঘটনা সংঘটিত হৈছিল য’ত সাগৰ ধনখড় ৰানা নামৰ এজনৰ […]