জমশ্বেৰ আলি: প্ৰাক্তন সাংসদ তথা নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবৰ আকস্মিকভাৱে কংগ্ৰেছ ত্যাগ আৰু তৃণমূল কংগ্ৰেছত যোগদান অসমৰ ৰাজনীতিতেই নহয়, সৰ্বভাৰতীয় ৰাজনীতিতো এক আলোড়ন সৃষ্টি কৰা ঘটনা। বিষয়টো এই বাবে চাঞ্চল্যকৰ নহয় যে ভাৰতৰ শতাব্দী প্ৰাচীন ৰাজনৈতিক দল কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ শাখা সংগঠনৰ নেতৃত্বত থকা সুস্মিতা দেবে ত্যাগ কৰি আন এটা দলত যোগদান কৰিছে! […]