Posted inনিৰ্বাচন ২০২১

বৰাকত কিমান আসন পাব কংগ্ৰেছ মহাজোঁটে? কিয় এইবাৰ নিৰ্বাচন নেখেলিলে সুস্মিতা দেবে?

যোৱা ৬ এপ্ৰিলত অসমত বিধানসভা নিৰ্বাচনৰ ভোটদানৰ অন্ত পৰিল। প্ৰতিটো দলৰ মতে তেওঁলোকৰ মিত্ৰজোঁটে ২ মে’ত চৰকাৰ গঠন কৰিব। নিৰ্বাচনৰ সামগ্ৰিক ছবিখন বুজিবৰ বাবে Eastmojoৰ ফালৰ পৰা শীৰ্ষ কংগ্ৰেছ নেত্ৰী, প্ৰাক্তন সাংসদ তথা মহিলা কংগ্ৰেছৰ সভানেত্ৰী সুস্মিতা দেবক এক আছুতীয়া সাক্ষাৎকাৰৰ বাবে লগ ধৰা হয়। ৰাজনৈতিক বিশ্লেষক বিশাল পালৰ সৈতে হোৱা এই সাক্ষাৎকাৰত তেওঁ বৰাক […]