Posted inঅসম

সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগক লৈ বিধায়ক দেৱব্ৰত শইকীয়াৰ প্ৰতিক্ৰিয়া

শিৱসাগৰঃ শিৱসাগৰ ৰাজীৱ ভৱনত সোমবাৰে বিয়লি জিলা কংগ্ৰেছে এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত নাজিৰা সমষ্টিৰ বিধায়ক তথা বিৰোধী দলৰ সভাপতি দেৱব্ৰত শইকীয়াইসুম্মিতা দেৱে কংগ্ৰেছৰ পৰা পদত্যাগ কৰাত দুখ অনুভৱ কৰা বুলি মন্তব্য কৰে । সুস্মিতা দেৱৰ কংগ্ৰেছ ত্যাগে দলৰ ক্ষতি কৰিব বুলি উল্লেখ কৰাৰ লগতে ব্যক্তিগতভাৱেখুব দুখ পোৱা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে দেৱব্ৰত শইকীয়াই। তেওঁক […]