Posted inকলা-সংস্কৃতি/মনোৰঞ্জন

ব্যৱসায়ী ললিত মোদীৰ সৈতে বিবাহপাশত আৱদ্ধ হ’ল সুস্মিতা সেন!

নিউজ ডেস্কঃ বিশ্ব ব্ৰহ্মাণ্ড সুন্দৰী সুস্মিতা সেন বিবাহপাশত আবদ্ধ হোৱাৰ খবৰে ছ’চিয়েল মিডিয়াত খলকনি তুলিছে।  আই পি এলৰ প্ৰাক্তন বিতৰ্কিত অধ্যক্ষ ললিত মোদীৰ সৈতে বিবাহপাশত আবদ্ধ হৈছে নেকি প্ৰাক্তন ব্ৰহ্মাণ্ড সুন্দৰীগৰাকী? এইলৈ এতিয়া নেটিজেনসকলৰ মাজত চৰ্চা চলিছে। ললিত মোডীয়ে ছচিয়েল মিডিয়াৰ যোগে এই কথা নিজেই সদৰী কৰিছে। লগতে তেওঁ কৈছে যে এই সম্পৰ্ককলৈ তেওঁ যথেষ্ঠ […]