Posted inNews

নগাঁৱ সদৰ ঠানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশীক নিলম্বন

নিউজ ডেস্ক: এছ আই জোনমনি ৰাভাৰ মৃত্যৰ পাছত বিৰ্তকৰ মাজত সোমাই পৰিছিল নগাঁৱ সদৰ ঠানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনোজ ৰাজবংশী । জোনমণি ৰাভাৰ মৃত্যু বিতৰ্কত সাঙোৰ খাই পৰাৰ পিচত নগাঁও সদৰ আৰক্ষী থানাৰ পৰা আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ সংলগ্ন কৰা পৰিদৰ্শক মনোজ ৰাজবংশীক বুধবাৰে তৎকাল বলবৎ হোৱাকৈ বিভাগীয় এক নির্দেশ অনুযায়ী সেৱাৰ পৰা নিলম্বিত কৰা হয়। উল্লেখ্য […]