Posted inঅসম

ৰাজ্যজুৰি শ্বহীদ দিৱস পালন

গুৱাহাটী : শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম গণ পৰিষদৰ গুৱাহাটী মহানগৰ সমিতিৰ সহযোগত আৰু দিছপুৰ বিধান পৰিষদৰ উদ্যোগত আয়োজিত হয় “কেন্দ্ৰীয় শ্বহীদ দিৱস”ৰ অনুষ্ঠান। স্বদেশ আৰু স্বজাতিৰ স্বাৰ্থত প্ৰাণাহুতি দিয়া ঐতিহাসিক অসম আন্দোলনৰ বীৰ শ্বহীদসকললৈ অনুষ্ঠানত পুষ্পাৰ্ঘ্যৰে শ্ৰদ্ধা জনায়। শ্বহীদ দিৱসৰ অনুষ্ঠানত মহান শ্বহীদ খৰ্গেশ্বৰ তালুকদাৰৰ জ্যেষ্ঠ ভাতৃ প্ৰিয়ৱৎ তালুকদাৰ আৰু শ্বহীদ নৰেন শৰ্মাৰ কন্যা জিন্তিমণি […]