Posted inদেশ-বিদেশ

অৰ্ডাৰ পলম হোৱাৰ বাবেই ৰেষ্টোৰেণ্টৰ গৰাকীক গুলীয়াই হত্যা

নিউজ ডেস্ক : নতুন দিল্লীৰ সমীপৰ গ্ৰেটাৰ নইডাত ছুইগিৰ এজন ফুড ডেলিভাৰী এজেণ্টে এখন ৰেষ্টোৰেণ্টৰ গৰাকীক গুলীয়াই হত্যা কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা অৰ্ডাৰ প্ৰস্তুত কৰাত পলম কৰাৰ বাবেই ডেলিভাৰী এজেণ্টজনে লোকজনক গুলীয়াই হত্যা কৰে। নিহত লোকজনক গ্ৰেটাৰ নইডাস্থিত মিত্ৰ নামৰ এখন ৰেষ্টোৰেণ্টৰ মালিক সুনীল আগৰৱালা বুলি চিনাক্ত কৰা হৈছে। প্ৰাপ্ত তথ্য মতে […]