Posted inক্ৰীড়া

অসমৰ জলপৰী আস্থা চৌধুৰীৰ অভিলেখ

বাংগালুৰু: ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ আৰু জুনিয়ৰ সাঁতোৰ চেম্পিয়নশ্বিপত অসমৰ জলপৰী আস্থা চৌধুৰীয়ে নতুন অভিলেখ ৰচনা কৰি লাভ কৰে স্বৰ্ণ পদক | ১৭ বছৰীয়া আস্থাই ১০০ মিটাৰ বাটাৰফ্লাইত ১:০২:৭১ ছেকেন্ডত সম্পূৰ্ণ কৰি ৰাষ্ট্ৰীয় স্তৰত নতুন অভিলেখ গঢ়ে | দুটা বছৰ ক’ভিড সৃষ্ট পৰিবেশৰ বাবে বন্ধ হৈ থকাৰ পিছত পাঁচ দিনীয়াকৈ বাংগালুৰুত আয়োজন কৰিছে ৩৭ সংখ্যক চাবজুনিয়ৰ […]