টীম ইন্ডিয়াৰ ১৫২ ৰান টাৰ্গেট ভাৰতীয় বলিং আক্ৰমণক টছনছ কৰি হেলাৰঙে জয়লাভ কৰে টী20 বিশ্বকাপত । পাকিস্তান দলৰ বিস্ফোৰক অপেনিং বেটচমেন অধিনায়ক বাবৰ আজম আৰু মহম্মদ ৰিজৱানে ভাৰতীয় বলিং আক্ৰমণক সহজেই অতিক্ৰম কৰি দলক বিশ্বকাপৰ মঞ্চত প্ৰথমবাৰৰ বাবে টীম ইন্ডিয়াৰ বিপক্ষে জয়লাভ কৰে । বাবৰ আজমে ৬৮ ৰান কৰাৰ বিপৰীতে মহম্মদ ৰিজৱানে ৭৯ ৰান কৰে […]