Posted inNews

নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা পদত্যাগ টি জে লংকুমাৰৰ

নাগালেণ্ডৰ আৰক্ষী সঞ্চালক প্ৰধান পদৰ পৰা পদত্যাগ কৰিছে টি জে লংকুমাৰে। নাগালেণ্ড চৰকাৰৰ ভূমি ৰাজহ মন্ত্ৰী নেইবা ক্ৰনুৱে বুধবাৰে সংবাদ মাধ্যমক এই কথা অৱগত কৰে। উল্লেখ্য যে টি জে লংকুমাৰে ২ জানুৱাৰীত পদত্যাগ পত্ৰ দাখিল কৰিছিল। ক্ৰ’নুৱে কয় যে মন্ত্ৰী সভাত বিদায়ী ডি জি পিৰ ঠাই কোনে ল’ব সেই বিষয়ে আলোচনা কৰা হোৱা নাই যদিও […]