Posted inদেশ-বিদেশ

T-20 বিশ্বকাপ; জিম্বাবুৱেক ৭১ ৰাণত পৰাস্ত ভাৰতৰ

নিউজ ডেস্ক: অষ্ট্ৰেলিয়াৰ মেলবৰ্ণত অনুষ্ঠিত T-20 বিশ্বকাপ ছুপাৰ ১২-ৰ অন্তিমখন খেলত আজি ভাৰতে জিম্বাবুৱেৰ বিৰুদ্ধে ৭১ ৰাণত বিজয় সাব্যস্ত কৰে। টছত জয়ী হৈ প্ৰথমে বেটিং কৰি ভাৰতে মাত্ৰ ৫টা উইকেটৰ বিনিময়ত ১৮৬ ৰাণ সংগ্ৰহ কৰে। এই বৃহৎ ৰাণৰ লক্ষ্য আগত লৈ জিম্বাবুৱেৰ দলটোৱে ইয়াৰ প্ৰত্যোত্তৰত মাত্ৰ ১১৫ ৰাণতে সকলো উইকেট হেৰুৱাব লগীয়া হয়। উল্লেখযোগ্য যে, […]