Posted inঅসম

বিধায়ক বলীন চেতিয়াক TAA ৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত

নিউজ ডেস্কঃ বিধায়ক বলীন চেতিয়াক অসম টাইকোৱানডো সন্থাৰ নতুন সভাপতি হিচাপে নিৰ্বাচিত কৰা হৈছে। তিনিচুকীয়াত অনুষ্ঠিত অসম টাইকোৱানডো সন্থাৰ বাৰ্ষিক সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। বাৰ্ষিক অধিৱেশতেই পুনৰবাৰৰ বাবে সাধাৰণ সম্পাদকৰ পদত হিৰণ্য শইকীয়াকে নিৰ্বাচিত কৰা হৈছে। লগতে, যুটীয়া সম্পাদক হিচাপে প্ৰাক্তন আন্তঃৰাষ্ট্ৰীয় টাইকোৱানডো খেলুৱৈ জ্ঞানদীপ কলিতাক নিৰ্বাচিত কৰা হৈছে। উল্লেখযোগ্য যে, বৰ্তমানৰ অসম […]