Posted inNews

অৰুণাচলত আৰম্ভ হৈছে দক্ষিণ এছিয়াৰ যুৱ টেবুল টেনিছ চেম্পিয়নশ্বিপ

নিউজ ডেস্ক: দেওবাৰৰ পৰা অৰুণাচলত প্ৰদেশত দক্ষিণ এছিয়াৰ যুৱ টেবুল টেনিছ চেম্পিয়নশ্বিপ আৰম্ভ কৰা হৈছে। উক্ত প্ৰতিযোগিতা খনত মুঠ ছয়খন দেশ বাংলাদেশ, ভূটান, ভাৰত, মালদ্বীপ, নেপাল আৰু শ্ৰীলংকাৰ পৰা ১০০ৰো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰিছে। প্ৰতিযোগিতাখন উদ্বোধন কৰে কেন্দ্ৰীয় আইন আৰু ন্যায় মন্ত্ৰী কিৰেন ৰিজিজুৱে। মন্ত্ৰীগৰাকীয়ে কয় যে অৰুণাচল প্ৰদেশৰ ক্ৰীড়াৰ ইতিহাসত এয়া এক গুৰুত্বপূৰ্ণ মুহূৰ্ত। […]