শ্বিলঙ : দেশৰ এগৰাকী প্ৰতিভাবান খেলুৱৈৰ মৃত্যু। শ্বিলঙত পথ দুর্ঘটনাত নিহত টেবল টেনিছ খেলুৱৈ। পথ দুর্ঘটনাত নিহত হোৱা টেবল টেনিছ খেলুৱৈ গৰাকীৰ নাম দীনদয়ালন বিশ্ব। মেঘালয়ৰত এক ভয়ংকৰ পথ দুর্ঘটনাত প্ৰাণ হেৰুৱাইছে দেশৰ এগৰাকী প্ৰতিভাবান টেবল টেনিছ খেলুৱৈ দীনদয়ালন বিশ্বই। ১৮ বছৰীয়া টেবল টেনিছ খেলুৱৈ গৰাকী গুৱাহাটীৰ পৰা শ্বিলঙ অভিমুখে গৈ থকা অৱস্থাত এক পথ […]