Posted inকলা-সংস্কৃতি

আইমী বৰুৱালৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মান

গুৱাহাটীঃ দেশৰ লগতে অসমৰো কভিডৰ ভয়াবহ পৰিস্থিতিৰ মাজতে এটা ভাল খবৰ ৰাজ্যবাসীৰ মাজলৈ আহিছে। অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱালৈ শ্ৰেষ্ঠ চলচ্চিত্ৰ নিৰ্মাতাৰ সন্মান প্ৰদান। আঞ্চলিক ভাষাৰ এখন ছবি নিৰ্মাণৰ বাবে অভিনেত্ৰী গৰাকীলৈ এই সন্মান আগবঢ়োৱা হৈছে। ”টেগৰ আন্তৰ্জাতিক চলচ্চিত্ৰ মহোৎসৱত” জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তেওঁৰ প্ৰথম ডিমাচা ভাষাৰ চলচ্চিত্ৰ ‘চেমখোৰ’ৰ বাবে এই ৰাষ্ট্রীয় সন্মান লাভ কৰিছে । […]