Posted inঅসম

মৈদাম সমূহৰ সংৰক্ষণ আৰু সুৰক্ষাৰ দাবী টাই আহোম যুৱ পৰিষদৰ

গুৱাহাটীঃ মহানগৰীত টাই আহোম যুৱ পৰিষদৰ সংবাদমেল। আহোম জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা মন্ত্ৰী-বিধায়কক মৈদাম সমূহৰ সংৰক্ষণ আৰু সুৰক্ষা নিশ্চিত কৰি আহোমৰ ঐতিহ্য আৰু স্মৃতি সংৰক্ষণৰ প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে টাই আহোম যুৱ পৰিষদে। নিৰ্বাচনৰ সময়ত আহোম জনগোষ্ঠীৰ উন্নয়নৰ বাবে চৰকাৰে প্ৰতিশ্ৰুতি দিয়া ১২৫ কোটি টকা শীঘ্ৰে মোকলাই দিয়াৰ দাবী জনাইছে সংগঠনটোৱে। বুৰঞ্জী আৰু ভূগোল […]