গুৱহাটী : বহু চৰ্চিত মডেল ৰাজকন্যা বৰুৱাৰ দুৰ্ঘটনাৰ গোচৰৰ চাৰ্জশ্বিট দাখিল কৰা হৈছে। শুকুৰবাৰে দিছপুৰ আৰক্ষীয়ে আদালতত ডেৰ পেষ্ঠাজোৰা চাৰ্জশ্বিট দাখিল কৰে। আনহাতে দিছপুৰ আৰক্ষীয়ে দাখিল কৰা উক্ত চাৰ্জশ্বিটত হোটেল তাজ ভিভাণ্টাৰ নাম নাই বুলি জানিব পৰা গৈছে। উল্লেখযোগ্য যে যোৱা ১ অক্টোবৰৰ নিশা মহানগৰীৰ ৰাজপথত কাম কৰি থকা ৯ গৰাকী শ্ৰমিকক গাড়ীৰে মহটিয়াই সুৰাসক্ত […]