Posted inদেশ-বিদেশ

কাবুলত বোমা বিস্ফোৰণত ৮ জন নিহত, ২০ ৰো অধিক আহত

আফগানিস্তানৰ ৰাজধানী কাবুলৰ শিয়া সংখ্যাগৰিষ্ঠ পিডি ৬ৰ চৰকাৰী আৱাসিক এলেকাত শুকুৰবাৰে নিশা সংঘটিত এক শক্তিশালী বোমা বিস্ফোৰণত আঠজন লোক নিহত আৰু ২০ জনৰো অধিক লোক আহত হয়।