Posted inঅসম

তালিবানক সমৰ্থন জনোৱা ১৪ জনে লাভ কৰিলে জামিন

গুৱাহাটী : তালিবানক সমৰ্থন জনাই গ্ৰেপ্তাৰ হোৱা ১৬ জনৰ ভিতৰত ১৪ জনে লাভ কৰিলে জামিন। গুৱাহাটী উচ্চ ন্যায়ালয় আৰু সত্ৰ ন্যায়াধীশ আদালতে ১৪ জনক জামিন প্ৰদান কৰিলে। সামাজিক মাধ্যমত তালিবানক সমৰ্থনত জনাই পোষ্ট কৰাৰ অভিযোগত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল ১৬ জনকৈ লোকক। যোৱা আগষ্ট মাহত আফগানিস্তান তালিবানে দখল কৰাৰ পিছতে একাংশ লোকে […]