নিউজ ডেস্কঃ ওখ হ’বলৈ প্ৰায় লোকে হাবিয়াস কৰে। কিন্তু জোখতকৈ যেতিয়া এজন ব্যক্তি বেছিয়েই ওখ হয় তেতিয়া নানা ধৰণৰ সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। কাপোৰৰ পৰা জোতা- চেণ্ডেলৰ লৈকে বহুতো সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। আমাৰ দেশতে এনে এটা পৰিয়াল আছে। এই পৰিয়ালটোক লৈ সাধাৰণ লোকৰ মাজত বিশেষ কৌতুহল। মহাৰাষ্ট্ৰৰে পুণেৰ কুলকাৰ্ণী পৰিয়ালৰ প্ৰতিজন সদস্যই ওখ। […]