নিউজ ডেস্কঃ ভাৰতৰ মহিলা দলে আজিৰে পৰা আৰম্ভ হোৱা চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত জয়ৰে অভিযান আৰম্ভ কৰিছে। উল্লেখ্য যে গ্ৰুপৰ প্ৰথম লীগ মেচত আজি ভাৰতৰ মহিলা দলে ইনিংছ আৰু ৫৫ পইণ্টৰ ব্যৱধানত পৰাস্ত কৰে শ্ৰীলংকাক। উল্লেখ্য যে অসমৰ ৰঞ্জনা শৰনীয়াও আছে চতুর্থ এছিয়ান খো খো চেম্পিয়নশ্বিপত খেলা ভাৰতীয় মহিলা দলত ৷ এছিয়াৰ নখন দেশৰ […]