Posted inNews

তামুলপুৰত ৪ খন দলঙৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ

তামুলপুৰত ৪ খন দলং আৰু পথৰ আধাৰশিলা স্থাপন নতুন জিলা তামুলপুৰত প্ৰায় এহাজাৰ কৌটি টকাৰ বিকাশৰ এক পৰিকল্পনা লৈ উপস্থিত হোৱা মুখ্যমন্ত্ৰীয়ে আজি কুমাৰীকাটা-কাউলী-গুৱাবাৰী পথত মটঙা নৈৰ ওপৰত দুখন,  বাল্টি নৈৰ ওপৰত এখন আৰু দক্ষিণ কুমাৰীকাটা-নাগ্ৰিজুলী পথত মটঙা নৈৰ ওপৰত এখন আৰ চি চি দলঙৰ আধাৰশিলা স্থাপন কৰে৷ কুমাৰীকাটা-কাউলী-গুৱাবাৰীৰ প্রায় ১২ কিঃমিঃ দৈৰ্ঘ্যৰ পথচোৱাই সমগ্ৰ […]