Posted inঅসম

বগলী নিধন যজ্ঞৰ ঘটনাৰ তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ

টংলা : বগলী নিধন যজ্ঞৰ ঘটনা তদন্ত কৰাৰ বাবে মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰিৱেশ আৰু বনমন্ত্ৰী পৰিমল শুক্লবৈধ্যক টংলাৰ বগলী নিধন যজ্ঞৰ ঘটনাৰ তদন্ত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে। বাঁহ গছ কাটি টংলা পৌৰসভাই শ শ বগলী নিধন যজ্ঞ চলাইছিল। কিছুদিন পূৰ্বে টংলা পৌৰসভাৰ একাংশ বিষয়াই বাঁহ গছত আশ্ৰয় লৈ থকা প্ৰায় ৩০০ বগলীক […]