Posted inNews

“মেড ইন নলবাৰী”লৈ সন্মানীয় জুৰী মেনচন বঁটা

নিউজ ডেস্ক: এটাৰ পিছত আন এটাকৈ বঁটা আজুৰি আনিবলৈ সক্ষম হৈছে অসমীয়া ছবি “মেড ইন নলবাৰী”য়ে। দেওবাৰে দিল্লীৰ নয়ডাত অনুষ্ঠিত হোৱা ১৩ সংখ্যক দাদা চাহেব ফিল্ম ফেষ্টিভেলত জিলিকিল উঠিল অসমীয়া ছবি “মেড ইন নলবাৰী”। তনুজ নাথৰ পৰিচালনাৰে নিৰ্মিত ছবিখনে সন্মানীয় জুৰী মেনচন (Honorable Jury Mention) বঁটা লাভ কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পূৰ্বে ছবিখনে ৭তম ভাৰতীয় […]