সোণাৰি : যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ মাতৃ, সোণাৰি সমষ্টিৰ অন্তৰ্গত বিমলাপুৰ অঞ্চলৰ স্থায়ী বাসিন্দা, ধৰ্মপৰায়ন মহিলা সৰুমাই গগৈৰ আজি পৰলোক প্ৰাপ্তি ঘটে। দীৰ্ঘদিন ধৰি বাৰ্দ্ধক্যজনিত ৰোগত আক্ৰান্ত হৈ থকা সাংসদ গৰাকীৰ মাতৃৰ আজি পুৱা হঠাৎ স্বাস্থ্যৰ অৱনতি ঘটাত তেখেতক সোণাৰিৰ ৰজাপুখুৰীস্থিত মহকুমা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। চিকিৎসালয়খনত চিকিৎসাধীন অৱস্থাতে তেওঁৰ মৃত্যু […]