Posted inদেশ-বিদেশ

বিমান দুৰ্ঘটনাত নিহত প্ৰসিদ্ধ হলিউদ অভিনেতা জ’ লাৰাৰ

নিউজ ডেস্কঃ প্ৰসিদ্ধ হলিউদ অভিনেতা জ’ লাৰাৰ মৃত্যু। এক বিমান দুৰ্ঘটনাত মৃত্যু হয় অভিনেতাগৰাকীৰ। শনিবাৰে এখন প্ৰাইভেট জেটত যাত্ৰা কৰাৰ সময়তে দুৰ্ঘটনা সংঘটিত হৈ অভিনেতাগৰাকীৰ লগতে তেওঁৰ পত্নীসহ ৫জন বন্ধু নিহত হয়। বিমানখন ফ্ল’ৰিডাৰ পাম বীচ্চ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰলৈ উৰা মাৰিছিল। উৰণৰ কিছুসময়ৰ পাছতেই বিমানখন নেচভিলৰ দক্ষিণে প্ৰায় ১২ মাইল দূৰত্বত থকা পাৰ্চি প্ৰিষ্ট লেকত […]