নিউজ ডেস্ক: টাটা টী-ৰ বিৰুদ্ধে এইবাৰ আলফাৰ ভাবুকি৷ প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰ আৰু থলুৱাক নিযুক্তি নিদিলে টাটা টীৰ ব্যৱসায় বন্ধ কৰাৰ হুংকাৰ৷ সংগঠনটোৰ প্ৰচাৰ বিভাগৰ সদস্য ৰুমেল অসমে সংবাদমাধ্যমলৈ পঠিওৱা প্ৰেছ বিবৃতিত এইকথা প্ৰকাশ কৰিছে ।বিবৃবিটোত আলফা স্বাধীনে মুকলি ভাবে টাটা টীক ভাবুকি দি লিখিছে শীঘ্ৰে প্ৰশাসনিক কাৰ্যালয় অসমলৈ স্থানান্তৰৰ দাবী কৰিছে সংগঠনটোৱে । কোম্পানীটোত […]