Posted inদেশ-বিদেশ

ভাৰতৰ উপকূলীয় অঞ্চলত টাউক্টেৰ সংহাৰী ৰূপ; ৮ জনকৈ লোকৰ প্ৰাণহানি

ক’ভিড মহামাৰীৰ মাজতে ভাৰতৰ উপকূলীয় অঞ্চলত ঘূৰ্ণিবতাহ টাউক্টেৰ সংহাৰী ৰূপ। কেৰালা, কৰ্নাটক আৰু গোৱত সংহাৰ চলোৱাৰ পিছত এইবাৰ গুজৰাট দিশে গমণ কৰিছে ঘূৰ্ণিবতাহ টাউক্টে। বৰ্তমানলৈ এই ঘূৰ্ণিবতাহৰ বাব প্ৰাণ হেৰুৱালে ৮ জনকৈ লোকে। বহু হাজাৰ গছ এই বতাহৰ ফলত ভাঙি পৰাৰ লগতে বহু ঘৰো ভাঙি পৰে। গুজৰাটৰ উপকূলীয় অঞ্চলত হাই এলাৰ্ট জাৰি কৰা হৈছে। অধিক […]