নিউজ ডেস্কঃ অৰুণাচল প্ৰদেশৰ টাৱাঙত উৰিল দেশৰ ভিতৰতে দ্বিতীয় সুউচ্চ ত্ৰিৰংগা পতাকা। ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে নাগাংপা নাটমে উত্তোলন কৰিলে এই সুউচ্চ ত্ৰিৰংগাৰ। ১০৪ ফুট উচ্চতাৰ ৰাষ্ট্ৰীয় পতাকাখন উত্তোলন কৰি এক নতুন অভিলেখ গঢ়ি তোলা হয়। ত্ৰিৰংগাখন টাৱাং চহৰত ১০,০০০ ফুট উচ্চতাত উত্তোলন কৰা হৈছে। লগতে পঢ়কঃভাৰতে বৰ্জন কৰিলে আজিৰে পৰা আৰম্ভ হোৱা শীতকালীন অলিম্পিক […]