অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বৃহস্পতিবাৰে জনতা ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনি ২০২০ ৰ অধীনত প্ৰায় ৩৭০ খন চাহ বাগিচালৈ ৬৪ কোটি টকা আনুষ্ঠানিকভাৱে ইনচেণ্টিভ বিতৰণ কৰে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে “চাহ উদ্যোগ হৈছে ৰাজ্যখনৰ অৰ্থনীতিৰ মেৰুদণ্ড অসম চাহ উদ্যোগ বিশেষ উদগনি আঁচনিৰ অধীনত আমি আজি ৩৭০ […]