Posted inঅসম

ৰাজ্যত স্থাপন হ’ব প্ৰথমটো টি মিউজিয়াম

নিউজ ডেস্কঃ ডিব্ৰুগড়ত স্থাপন কৰা হ’ব উত্তৰ-পূবৰ প্ৰথমটো চাহ সংগ্ৰহালয়। ইতিমধ্যে এই প্ৰকল্পটোৰ কাম প্ৰায় ৯০ শতাংশ সম্পূৰ্ণ হৈ উঠিছে। ডিব্ৰুগড়ত চাহ সংগ্ৰহালয় নিৰ্মাণৰ প্ৰস্তাৱটো ২০১৬ চনত অসম পৰ্যটন বিভাগে অনুমোদন জনাইছিল আৰু ২০১৭ চনৰ ইয়াৰ কামৰ আৰম্ভণি হৈছিল। নৰ্থ-ইষ্ট কাউঞ্চিলৰ অধীনত ৩.১৪ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি থকা হৈছে এই ভৱনটোৰ কাম ৷ […]