Posted inঅসম

ডলো চাহ বাগিছাৰ উচ্ছেদৰ প্ৰতিবাদত আটছা, আটুৱাৰ ব্যাপক প্ৰতিবাদ

সোণাৰি, লখিমপুৰ: বিজেপি চৰকাৰে চাহ বাগিচাত চলোৱা উচ্ছেদ কাৰ্য্য বন্ধ কৰাৰ দাবীত আৰু কাছাৰৰ ডলো চাহ বাগিছাৰ শ্ৰমিকক নিৰ্যাতন চলোৱাৰ প্ৰতিবাদত চাহ জনজাতি ছাত্ৰ সন্থা আৰু চাহ জনজাতি মহিলা সমিতি (আটুৱা)য়ে আজি চৰাইদেউ আৰু লখিমপুৰত ব্যপক প্ৰতিবাদী কাৰ্য্যসূচী পালন কৰে। সোণাৰি এটি কলি দুটি পাত ধ্বনিৰে উত্তাল সোণাৰি। চৰাইদেউ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উত্তাল প্ৰতিবাদ […]