Posted inঅসম

দক্ষিণ কামৰূপৰ গৰৈমাৰীত ভুৱা নিযুক্তি পত্ৰৰে চাকৰি লোৱা শিক্ষক আটক

ছয়গাওঁঃজালিয়াতিৰে চাকৰি লোৱা ভুৱা শিক্ষকৰ বিৰুদ্ধে দক্ষিণ কামৰূপৰ গৰৈমাৰীত আৰক্ষীৰ অভিযান ৷ আৰক্ষীৰ অভিযানত পুনৰ আটক হৈছে ভুৱা নিযুক্তি পত্ৰৰে চাকৰি কৰা শিক্ষক এজন ৷ ছয়গাঁও আৰক্ষীয়ে সোমবাৰে সন্ধিয়া চলাইছিল এই অভিযান ৷ গৰৈমাৰীত আটক টপাৰ পথাৰৰ আক্ৰাম হুছেইন নামৰ ভুৱা শিক্ষকজনক। লগতে পঢ়কঃশিক্ষক বিহীন ভাবেই চলিছে চৰাইদেউ জিলাৰ মাহমৰাৰ শিক্ষানুষ্ঠান আক্ৰামে ভুৱা নিযুক্তি পত্ৰৰে […]