গুৱাহাটীঃ ২০১৭ বর্ষৰ ৮ চেপ্টেম্বৰ তাৰিখে তেতিয়াৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু তেতিয়াৰ শিক্ষামন্ত্ৰী আৰু বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ শিক্ষাখণ্ডত শিক্ষা সবলীকৰণৰ আঁচনিৰ অধীনত ষ্টেট পুল বুলি শিক্ষক নিম্ন আৰু উচ্চ প্ৰাথমিক বিদ্যালয়ত প্ৰায় ১২ হাজাৰ শিক্ষকক ফিক্স পে’ত নিযুক্তি দিছিল। ২০২০ বর্ষৰ মে’ মাহত কেবিনেট মিটিঙত ষ্টেট পুল শিক্ষকসকলক ৬০ বছৰলৈ চাকৰিৰ নিৰাপত্তা […]