Posted inঅসম

শিক্ষক দিৱসৰ দিনাই শিক্ষামন্ত্ৰীৰ সমষ্টিত শিক্ষকৰ আত্মহত্যা

লখিমপুৰ, পল্লৱ মিলি: আজি শিক্ষক দিৱসৰ দিনাই ৰাজ্যত সংঘটিত হৈছে শিক্ষকৰ আত্মহত্যাৰ ঘটনা। শিক্ষা মন্ত্ৰীৰ সমষ্টি ধেমাজিৰ বৰদলনি শিক্ষাখণ্ডৰ অধীনৰ ৫০৩ আউনীআটী কৈৱৰ্ত্ত নিম্ন বুনিয়াদী বিদ্যালয়ৰ সহকাৰী শিক্ষক ৰাজেন বনিয়াৰ আত্মহত্যা। আজি পুৱাই শিক্ষকজনৰ মৃতদেহ বাঁহগছত ওলমি থকা অৱস্থাত স্থানীয় লোকে উদ্ধাৰ কৰে। দীৰ্ঘদিন বিনাবেতনেৰে শিক্ষাদান কৰা শিক্ষক গৰাকীৰ আত্মহত্যাৰ ঘটনাই সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ […]