Posted inঅসম

প্ৰধান শিক্ষকে পাঠদান নকৰিলে কটা যাব দৰমহাঃ শিক্ষা সচিব

নিউজ ডেস্কঃ কঠোৰ হৈছে ৰাজ্যৰ শিক্ষা বিভাগৰ সচিব। এতিয়াৰ পৰা শিক্ষকতাৰ বাবে অন্য কোনো কাম সৈতে জড়িত কৰা নোৱাৰিব শিক্ষকক। সোমবাৰে এক জাননী জাৰি কৰি শিক্ষা সচিবে এই কথা স্পষ্ট কৰি দিয়ে। আন দায়িত্বত নিয়োগ হৈ থকা শিক্ষকক অতি শীঘ্ৰে অব্যহতি দিবলৈ শিক্ষা বিষয়াক নিৰ্দেশ প্ৰদান কৰে শিক্ষা সচিবে। ২৫ মাৰ্চৰ পূৰ্বে সকলো শিক্ষককে নিজ […]