Posted inঅসম

১৯ বছৰে বিনাবেতনে শিক্ষাদান কৰা শিক্ষকে এতিয়া দিন হাজিৰাৰে সংসাৰ চলাবলগীয়া হৈছে

গোলাঘাট: আজি সমগ্ৰ দেশজুৰি উদযাপিত হৈছে পবিত্ৰ শিক্ষক দিৱস । শিক্ষক দিৱসৰ দিনা এইখন অসমত এনে বহু শিক্ষক আছে যি নিজৰ ভাতমুঠি উলিয়াবলৈ লব লগা হৈছে আন পথ | তেনে এগৰাকী শিক্ষয়িত্ৰী হ’ল খুমটাই সমষ্টিৰ শাওতলীৰ দীপ্তি নাথ । ‘শিক্ষক এডাল মমবাতিৰ দৰে,যি নিজেই জ্বলি আনক পোহৰ দিয়ে’ ! কিন্তু এই গৰাকী শিক্ষকৰ জীৱনেই যেতিয়া […]