Posted inঅসম

টিম হিউমেনিটিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস

বোকাখাত : টিম হিউমেনিটিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস। মানুহ আৰু মানৱতাৰ অনুষ্ঠান টিম হিউমেনিটিৰ ষষ্ঠ বাৰ্ষিক প্ৰতিষ্ঠা দিৱস আজি বোকাখাতত অনুষ্ঠিত হয়। অসমত জন্ম লাভ কৰি অসমৰ লগতে ভাৰতত অন্যান্য ৰাজ্য সমূহতো এক বিশেষ পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে টিম হিউমেনিটি। জীৱ শ্ৰেষ্ঠ মানৱ হিচাপে মানৱতাই হৈছে প্ৰকৃত ধৰ্ম এই বাণী লৈ ২০১৫ চনৰ ২৩ […]